Goodreads Librarians Group discussion

378 views
[Closed] Added Books/Editions > Kindly add this Assamese book

Comments Showing 1-3 of 3 (3 new)    post a comment »
dateUp arrow    newest »

message 1: by Dhritishmita (new)

Dhritishmita | 19 comments *Title: কাব্যৰূপত শিশুৰ মহাভাৰত
*Author: ইন্দু বৰুৱা
*ISBN: 9789390626632
*Publisher: পাঞ্চজন্য
*Publication Date: September, 2021
*Format: Hardcover
*Page count: 112
*Cover link: https://photos.app.goo.gl/exVoXfLLtyM...
*Description:
কোমল আৰু প্ৰাঞ্জল শব্দত আকৰ্ষণীয় ৰূপত ছন্দোবদ্ধভাৱে সজোৱা কবিতাই শিশুৰ সৰল আৰু কোমল মনোযোগত সহজে আলোড়িত কৰে। মোহৰ্ষি  ব্যাসদেৱ বিৰচিত মহাকাব্য মহাভাৰত (যাক পঞ্চম বেদৰূপে অভিহিত কৰা হয়) শিশু উপযোগীকৈ লিখাৰ পৰিকল্পনাই লেখিকাক লৈ গ'ল সেইখন প্ৰজ্ঞাৰ সাগৰৰ পাৰলৈ য'ত হাজাৰ হাজাৰ বছৰ পূৰ্বৰ ভাৰতবৰ্ষৰ সভ্যতা, সংস্কৃতি, অধ্যাত্মিক ধ্যান-ধাৰণা, ৰাজনীতি, সমাজনীতি, মানৱ মনৰ বিচিত্ৰতাৰে পূৰ্ণ যুদ্ধসৰ্বস্ব কাহিনী আছে। সেই সাগৰৰ পাৰৰপৰা সংগ্ৰহ কৰা মণি-মুকুতাৰে মহাভাৰতৰ জটিল কাহিনীভাগক যথাসম্ভৱ সহজ ৰূপত ছন্দময় কবিতাৰে সজাই পৰাই তোলাৰ পৰচেষ্টাৰে সাজু হৈ উঠিল 'কাব্যৰূপত শিশুৰ মহাভাৰত'। শিক্ষা অধিকাৰ আইন অনুযায়ী ছবছৰৰপৰা চৈধ্যবছৰলৈ শিশুৰূপে গণ্য কৰা হয়। আজিৰ শিশু তথ্য― প্ৰযুক্তিৰ জ্ঞান আৰু উচ্চ খাপৰ চিন্তা-চেতনাৰে সমৃদ্ধ। সেইসকল শিশুৰ উপযোগীকৈ সাহিত্যৰ আহাৰ বিচাৰি তেওঁলোকক উপকৃত আৰু পৰিতৃপ্ত কৰিবলৈ কৰা এই কৃচছ্ৰসাধনাৰ প্ৰকাশিত ৰূপত লেখিকাৰ প্ৰথম খোজ।
*Language: Assamese


message 2: by Dhritishmita (new)

Dhritishmita | 19 comments Please add this book soon, thank you


message 3: by Shubhangi (new)

Shubhangi | 751 comments Book is added without the cover.
https://www.goodreads.com/book/show/2...

The cover link you have provided does not contain any photo. Please provide the cover link so we can add the cover.


back to top